Lyrics: Py Bäckman,Music: Stefan Nilson,Helen Sjöholm

Gabriella's Song Lyrics

Lyrics: Py Bäckman,Music: Stefan Nilson,Helen Sjöholm - Gabriella's Song lyrics

গেব্রিয়েলাৰ গাণ
এতিয়াহে মাথো আপোন জীৱন মোৰ
অতি কম সময়ৰ বাবেহে এই ক্ষণ এই ধৰাত
আকাক্ষাই মোক লৈ আহিলে ইয়ালে
যি মোৰ নাছিল আৰু মই যি মই পালো। এই পথ মই নিজে বাছি লোৱা
শব্দৰ পৰিসিমাৰ বাহিৰৰ মোৰ বিশ্বাসে
মোক অকমান বাট দেখাই নিছে
এখন স্বর্গলে যি মই কাহানিও নাই পোৱা। মই অনুভব কৰিব বিছাৰো -যে মই বাছি আছো। এই জিয়াই থকা কেইদিন
নিজে বিচৰা মতে
মই অনুভব কৰিব বিছাৰো -যে মই বাছি আছো।
জানি বুজি মই সক্ষম সফলLyrics: Py Bäckman,Music: Stefan Nilson,Helen Sjöholm - Gabriella's Song - http://motolyrics.com/lyrics-py-backmanmusic-stefan-nilsonhelen-sjoholm/gabriellas-song-lyrics.html
নিজৰ মাজৰ আপোনজনক হেৰোৱা নাই
মাথো মই নিদ্রাৰ মাজতে হেৰাই গলো
কিজানি মোৰ সমুখত আন একো পথেই নাছিল
মাথো বাছি থাকাৰ আশাৰ বাহিৰে।
মই মাথো বিছাৰো- মই যি তাতে সুখী হবলে
শক্তিশালী আৰু স্বাধীণ হবলে।
তিমিৰ ভাঙি দিন হোৱাটো চাক্ষুশ দেখিবলে
বাছি আছো কিয়নো জীৱনটো মাথো মোৰ
আৰু মই ভৱা স্বর্গখন ইয়াতেই আছিল
মই তাতেও কিজানি কৰবাত বিছাৰি পাম
আনুভব কৰিব খোজো যে মই জীৱণ জাপণ কৰিলো। Submitter's comments:  The movie name in Swedish is "Så som i himmelen" and the song name is "Gabriellas sång". I was so inspired by the song that translated it from the English version (available on ) and uploaded the Assamese version on the site

Write a comment

What do you think about song "Gabriella's Song"? Let us know in the comments below!

Recommended songs